আগচা মহিলা সমিতি, হৰিশিঙা

  • Home
  • India
  • Udalguri
  • আগচা মহিলা সমিতি, হৰিশিঙা

আগচা মহিলা সমিতি, হৰিশিঙা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আগচা মহিলা সমিতি, হৰিশিঙা, Financial planner, Harisinga, Udalguri.

06/10/2026

আগচা মহিলা সমিতি লৈ
আজি আকৌ
২০ টা নাৰিকল লাৰু আৰু ২০ খন নাৰিকল
পিঠাৰ অৰ্ডাৰ আহিছে

05/10/2026

আগচা সমিতি লৈ
৩য় টো
Tiffin order
5/10/26

03/10/2026
02/10/2026

01/10/2026

আজি মাছৰুম ৰ বাবে খেৰ ঠিক কৰিলোঁ,
ওদালগুৰিত। বৰপেটা যোৱা কেইগৰাকী আহি পালে কাম আৰম্ভ কৰি দিম ।
এতিয়া এ কৰবাত যাব লগা আছে যদি গৈ আহিব দেই, নহলে পিছত নোৱাৰিব ।
ভাল খবৰ পালোঁ অলপ আগত আৰু এটা, আপোনালোকে বহুত ভাল পাব।
সেয়েহে আগতীয়াকৈ জনালোঁ ।।

01/10/2026

#অনুভৱ::---২
*************
ৰাস্তা এটাৰে যেতিয়া আগবাঢ়ি যোৱা হয়, তেতিয়া সাৱধান হৈ খোজ দিব লগা হয়,
কাৰণ ৰাস্তা খলা-বমা বা ডাঙৰ গাঁত আদি ও থাকে,
গতিকে কেতিয়াবা উজুতি খাব লগা ও হব পাৰে, পৰিব লগা ও হব পাৰে । হঠাৎ উজুটি খাই পৰা আৰু কোনোবাই পিছফালৰ পৰা গতিয়াই পেলোৱাৰ মাজত পাৰ্থক্য আছে।
কিন্তু ভগৱানে সকলোঁ দেখি থাকে ।
সত্যৰ সদায় জয় ।। মই তাকেই বিশ্বাস কৰোঁ ।

(( বিপদৰ বন্ধু হে প্ৰকৃত বন্ধু, কিন্তু কিছুমানে নিজৰ কিবা বিপদ হব ভাবি সেইটো পৰিবেশৰ পৰা যদি আঁতৰি যায়... তেতিয়া জানিব লগা বুজিব লগা খিনি তাতেই সোমাই আছে ... বহলাই কোৱাৰ প্ৰয়োজন নাই ..))

কৰ্মই ধৰ্ম
গতিকে কৰ্ম কৰি যাম....যি হয় হৈ থাকিব ..
.লগতে আমাৰ আগচা ৰ মহিলা সকলক বহুত ধন্যবাদ যি সকলে মোক সহায় কৰে প্ৰতিটো মূহুৰ্তত ।
আপোনালোকৰ মৰম , শ্ৰদ্ধা কেতিয়াও পাহৰিব নোৱাৰোঁ । আপোনালোকে সভানেত্ৰীৰ কথা মতে কাম কৰে , সেয়েহে মই বহুত সুখী । আপোনালোকক বহুত বহুত ধন্যবাদ ।।🙏🙏

Address

Harisinga
Udalguri

Website

Alerts

Be the first to know and let us send you an email when আগচা মহিলা সমিতি, হৰিশিঙা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share