Abhijit Consulting

Abhijit Consulting Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abhijit Consulting, Financial planner, Charing, Sibsagar.

Financial Consultant | Financial Awareness
Retirement • Child Education • Family Protection
Assam
I am helping people to make financial decisions so that they can live their life Smoothly.

02/10/2026

কেৱল টকা জমা কৰিলেই নহয়, পৰিয়ালৰ আৰ্থিক ভৱিষ্যৎ সুৰক্ষিত ৰখাৰ পৰিকল্পনাও কৰক। ❤️
আপোনাৰ Savings আৰু Protection— দুয়োটাৰ পৰিকল্পনা আছেনে? Comment কৰি জনাওক।

30/09/2026

Insurance লবৰ বাবে কিমান Coverage থাকিব লাগে এইটোক লৈ Confusion আছে নেকি?

জানিব বিচাৰিলে 1 to 1 discussion কৰিব পাৰিব। মোক DM কৰক। নাইবা কমেন্টত Coverage বুলি লিখক।

এজন মানুহৰভাল income থাকিব পাৰে।কিন্তু প্ৰতিমাহেটকাৰ চিন্তা থাকিব পাৰে।আনহাতেএজনৰ income কম হ’ব পাৰে।কিন্তু তেওঁনিজৰ খৰচ...
30/09/2026

এজন মানুহৰ
ভাল income থাকিব পাৰে।
কিন্তু প্ৰতিমাহে
টকাৰ চিন্তা থাকিব পাৰে।
আনহাতে
এজনৰ income কম হ’ব পাৰে।
কিন্তু তেওঁ
নিজৰ খৰচ, saving আৰু
দায়িত্বৰ বিষয়ে
স্পষ্ট হ’ব পাৰে।
সেইকাৰণে—
Income এটা number।
কিন্তু
financial confidence?
সেইটো
অন্য কথা।
আপোনাৰ মতে
financial peace কিহৰ পৰা আহে?
Income / Saving / Planning?

30/09/2026

আজিৰ তাৰিখত 15-20 লাখ টকাত যিখন বিয়া পাতিব পাৰি, আজিৰ পৰা 20-25 বছৰ পাছত সেইখন বিয়া পাতিবলৈ কিমান টকা লাগিব কেতিয়াবা ভাবিছেনে?
তাৰ বাবে আপুনি কি planning কৰিছে যিটো স্থায়ী হব?

“যদি আগতে আৰম্ভ কৰিলোহেঁতেন…”এই বাক্যটোfinancial life-তপ্ৰায়েই শুনা যায়।Retirement-ৰ সময়ত।সন্তানৰ higher education-ৰ ...
30/09/2026

“যদি আগতে আৰম্ভ কৰিলোহেঁতেন…”
এই বাক্যটো
financial life-ত
প্ৰায়েই শুনা যায়।
Retirement-ৰ সময়ত।
সন্তানৰ higher education-ৰ সময়ত।
Emergency আহিলে।
তেতিয়া
আমি পিছলৈ চাই কওঁ—
“আগতেই যদি…”
কিন্তু সময়ৰ এটা
অদ্ভুত নিয়ম আছে।
কালি ঘূৰি নাহে।
আপুনি আজি
কোনটো কাম
“এদিন কৰিম” বুলি
থৈ আছে?
ভাল লাগিলে এটা like কৰি যাব।

30/09/2026

উৎসৱৰ বজাৰ-সমাৰ কৰি আপোনাৰ Wallet খালী হ’বলৈ নিদিব! অলপ পৰিকল্পনাই বহুত সহায় কৰিব পাৰে।

উৎসৱৰ সময়ত টকা সঞ্চয় কৰাৰ বাবে আপোনাৰ আটাইতকৈ ভাল Tip কি?

তলত Comment কৰি জনাওক!

এজন দেউতাকক সুধিলোঁ—“আপুনি সন্তানককি দিব বিচাৰে?”তেওঁ লগে লগে ক’লে—“ভাল education।”মই সুধিলোঁ—“আৰু?”তেওঁ ক’লে—“নিজৰ ভৰিত...
30/09/2026

এজন দেউতাকক সুধিলোঁ—
“আপুনি সন্তানক
কি দিব বিচাৰে?”
তেওঁ লগে লগে ক’লে—
“ভাল education।”
মই সুধিলোঁ—
“আৰু?”
তেওঁ ক’লে—
“নিজৰ ভৰিত থিয় হ’ব পৰা
এটা জীৱন।”
সঁচাকৈয়ে…
আমি সন্তানক
কেৱল টকা দিব বিচৰা নাই।
আমি বিচাৰোঁ—
সুযোগ দিব।
কিন্তু সেই সুযোগৰ বাবে
আজি আমি কিবা
প্ৰস্তুতি লৈছোঁনে?
এইটো ভাবিবলৈ
কেতিয়াবা বহিছেনে?

এদিন এখন দোকানতএটা সৰু receipt দেখিলোঁ।₹1200।বহুত ডাঙৰ amount নহয়।কিন্তু ভাবিলোঁ—এনে ₹500, ₹1000, ₹1200...এনেকৈয়েমাহটো...
29/09/2026

এদিন এখন দোকানত
এটা সৰু receipt দেখিলোঁ।
₹1200।
বহুত ডাঙৰ amount নহয়।
কিন্তু ভাবিলোঁ—
এনে ₹500, ₹1000, ₹1200...
এনেকৈয়ে
মাহটো পাৰ হয়।
আমি ডাঙৰ খৰচবোৰ
সহজে মনত ৰাখোঁ।
কিন্তু সৰু সৰু খৰচবোৰ?
সেইবোৰেই কেতিয়াবা
মাহৰ budget-টো
নীৰৱে খাই পেলায়।
আপুনি শেষবাৰৰ বাবে
নিজৰ সৰু খৰচবোৰ
কেতিয়া চাইছিল?

Bank account খুলিলেএটা number দেখা যায়।₹50,000।₹2 লাখ।₹10 লাখ।আমি ভাবোঁ—“ভালেই আছে।”কিন্তু এটা প্ৰশ্ন আছে।এই টকাখিনিকিহ...
28/09/2026

Bank account খুলিলে
এটা number দেখা যায়।
₹50,000।
₹2 লাখ।
₹10 লাখ।
আমি ভাবোঁ—
“ভালেই আছে।”
কিন্তু এটা প্ৰশ্ন আছে।
এই টকাখিনি
কিহৰ বাবে?
Emergency?
Child education?
Retirement?
নাইবা
কেৱল account-ত পৰি আছে?
Amount এটা থাকিলেই
Financial planning হৈ নাযায়।
টকাৰ purpose-টোও
জনা উচিত।
আপোনাৰ account-ত থকা
সকলো টকাৰ purpose আছে নে?

27/09/2026

আজিয়েই আপোনাৰ Financial Accounts-ৰ Nominee Details পৰীক্ষা কৰি আপোনাৰ পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষিত কৰক।
পিছত কোনো সমস্যা হোৱালৈ অপেক্ষা নকৰিব—Nominee Details সঠিক আৰু Updated আছে নে নাই, এবাৰ নিশ্চিত হওক।

Address

Charing
Sibsagar

Opening Hours

Monday 10am - 7pm
Tuesday 10am - 7pm
Wednesday 10am - 7pm
Thursday 10am - 7pm
Friday 10am - 7pm
Saturday 10am - 5pm

Alerts

Be the first to know and let us send you an email when Abhijit Consulting posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share