22/05/2026
আজিৰ যুগত Financial Literacy মানে কেৱল ধনী মানুহৰ বিষয় নহয়…
ই প্ৰতিজন মানুহৰ জীৱনৰ এক অত্যন্ত গুৰুত্বপূর্ণ শিক্ষা।
দুখৰ কথা হ’ল, আমাৰ অসমত এতিয়াও বহু মানুহে টকা উপাৰ্জন কৰে, কিন্তু টকা কেনেকৈ Manage, Grow আৰু Protect কৰিব লাগে সেয়া নাজানে।
ফলত বহু মানুহ Loan, Debt, Financial Stress আদিত আবদ্ধ হৈ থাকে।
এই কাৰণেই আমাৰ FinDemy ৰ মূল লক্ষ্য হৈছে — অসমীয়া মানুহৰ মাজত Financial Awareness আৰু Financial Literacy সৃষ্টি কৰা। 🌱
আমি কি কি Service প্ৰদান কৰোঁ?
✅ Personal Finance Counseling & Guidance
আপোনাৰ Financial Goal যদি হয় —
• ১ কোটি টকাৰ Corpus তৈয়াৰ কৰা
• Retirement Planning
• Children Education Planning
• Wealth Creation
• Monthly Passive Income Planning
তেন্তে আমি আপোনাক proper roadmap আৰু guidance দিবলৈ চেষ্টা কৰোঁ।
✅ Loan & Debt Management Guidance
যদি আপুনি Loan বা Debt ৰ চাপত আছে, আমি আপোনাৰ financial situation বুজি, কেনেকৈ ধীৰে ধীৰে Debt Free হৈ Financial Freedom ৰ দিশে আগবাঢ়িব পাৰি তাৰ Planning কৰাত সহায় কৰোঁ।
✅ Investment Education
আমি শিকাওঁ —
• Stock Market Investing
• Mutual Fund Investing
• SIP Strategy
• ETF Investment
• Long Term Wealth Building
✅ Stock Trading Training
বিশেষকৈ Positional Trading আৰু Swing Trading —
যিটো সঠিক Strategy আৰু Discipline ৰে কৰিলে এটা অসাধাৰণ Side Business / Side Hustle হৈ উঠিব পাৰে।
ইয়াৰ বাবে Office, Employee বা ডাঙৰ Setup ৰ প্ৰয়োজন নহয়…
প্ৰয়োজন কেৱল সঠিক শিক্ষা আৰু Strategy। 📈
যদি আপুনি এইবোৰৰ যিকোনো Service বিচাৰে, তেন্তে WhatsApp ত যোগাযোগ কৰিব পাৰে 👇
📞 WhatsApp: 8638035007
আপোনালোকক Financial Freedom ৰ দিশে Guide আৰু Support কৰিব পাৰিলে আমি কৃতজ্ঞ হ’ম। 🙏🌿
07/03/2026
ষ্টক মার্কেটত ধন বৃদ্ধি কৰিব বিচাৰে নে? কিন্তু ক’ৰ পৰা আৰম্ভ কৰিব লাগিব সেয়া নাজানে নে?
এই সুযোগটো আপোনাৰ বাবে।
📈 **Stock Market Trading & Investing Course**
শিকক কেনেকৈ **Stock Trading** আৰু **Mutual Fund Investing**ৰ মাধ্যমে আপোনাৰ টকা ধীৰে ধীৰে বৃদ্ধি কৰিব পাৰি।
এই Course ত আপুনি শিকিব —
✔ Stock Market ৰ Basic ৰ পৰা Advanced Concept
✔ কিদৰে ভাল Stock বাছি ল’ব
✔ Safe ভাবে Mutual Fund ত Investment কৰাৰ Strategy
✔ Long Term Wealth Creation ৰ Formula
✔ Practical Market Understanding
🎓 **Online Class (Live + Recorded)**
অর্থাৎ আপুনি Live ত শিকিব পাৰিব আৰু পিছত Recorded Class ও চাব পাৰিব।
📅 **Live Class আৰম্ভ হব – 22 March**
💰 **Course Fee আৰম্ভ মাত্ৰ ₹1499 ৰ পৰা**
📚 যদি আপুনি সত্যিকৈ নিজৰ **Financial Future শক্তিশালী কৰিব বিচাৰে**, তেন্তে এই Course আপোনাৰ বাবে এক উৎকৃষ্ট আৰম্ভণি।
⚠ **Seat সীমিত – Admission চলি আছে**
এতিয়াই Join কৰক আৰু শিকক —
**“How to Grow Your Wealth through Stock Market.”**
Call 086380 35007
03/03/2026
🌸🎨 **হোলীৰ ৰঙেৰে জীৱনো ৰঙীন হওক – আৰু আপোনাৰ Financial Future ও হওক উজ্জ্বল!** 🎨🌸
এই হোলীত যেনেকৈ আমি জীৱনত নানা ৰঙেৰে আনন্দ ভৰাই তোলো, ঠিক তেনেকৈ Personal Finance ৰ সঠিক জ্ঞান আৰু Investment Discipline এ আপোনাৰ জীৱনো সফলতাৰ ৰঙেৰে ৰাঙলী কৰি তোলে।
🔴 লাল ৰঙ – Risk লোৱাৰ সাহস
🟢 সেউজীয়া ৰঙ – Long Term Growth
🟡 হালধীয়া ৰঙ – Emergency Fund ৰ সুৰক্ষা
🔵 নীলা ৰঙ – Financial Freedom ৰ স্বপ্ন
যদি জীৱনত ধন-সম্পত্তিৰ ৰঙেৰে সুখৰ ছবি আঁকিব বিচাৰে, তেন্তে আজিৰে পৰা আৰম্ভ কৰক –
✔ Regular SIP
✔ Smart Investment
✔ Proper Financial Planning
মনত ৰাখিব —
হোলীৰ ৰঙ এদিনত মচি যাব পাৰে,
কিন্তু সঠিক Investment এ জীৱনজুৰি আনন্দ দিব পাৰে।
🌈 এই হোলীত নিজক এটা উপহাৰ দিয়ক — Financial Awareness ৰ উপহাৰ।
আপোনালোক সকলোকে Parags FinDemy ৰ পৰা ৰঙালী হোলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।
ধন, সুখ, সমৃদ্ধিৰে জীৱন ভৰি থাকক। 💰✨
29/06/2025
এতিয়া শিকক মাত্ৰ @799 টকাত।। একেবাৰে Beginer Friendly।
Mastering Trading and Investment in Share/Stock Market
Course Title: Mastering Trading and Investment in the Stock Market Course Description: Total 18 Recorded Classes till now , will added more if we think necessary. Unlock the secrets of the stock market and embark on a journey to financial success with our comprehensive course on trading and investme...
08/04/2025
এজন মহাবিদ্যালয় পৰিত্যক্ত যুৱক যিয়ে ভাৰতত এটা ₹২৪৬৩ কোটি মূল্যৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠা কৰিলে — তেওঁ হৈছে মিছবাহ আশ্ৰাফ।
বিহাৰৰ নালন্দাৰ এজন সাধাৰণ পৰিয়ালৰ পৰা অহা মিছবাহ আশ্ৰাফে, যিয়ে কলেজৰ দ্বিতীয় বছৰত অধ্যয়ন ত্যাগ কৰিছিল, আজি ₹২৪০০ কোটিৰো অধিক মূল্যৰ ব্যৱসায় গঢ়ি তুলিছে। তেওঁ হৈছে *Jar* নামৰ এটা ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক। এই প্লেটফৰ্মটো মধ্যবিত্ত ভাৰতীয়সকলক ধন সাঁচি ৰখা আৰু বিনিয়োগ কৰিবলৈ সহায় কৰে — য'ত সোণক এটা সুৰক্ষিত বিনিয়োগ হিচাপে ধৰা হয়।
তেওঁৰ জীৱনযাত্ৰা সহজ নহ'ল। এজন স্কুল শিক্ষক পিতৃ আৰু গৃহিণী মাতৃৰ পুত্ৰ হিচাপে, দাৰিদ্ৰ্যৰ মাজতে ডাঙৰ হ’ল মিছবাহ। তথাপিও তেওঁ সফল হ’বলৈ দৃঢ় প্রতিজ্ঞ আছিল।
কলেজ এৰি তেওঁ প্ৰথম ষ্টাৰ্টআপ *Cibola* আৰম্ভ কৰিছিল, যি মাত্ৰ ৪ মাহৰ ভিতৰত বন্ধ হ'ল। কিন্তু তেওঁৰ দ্বিতীয় উদ্যোগ *Marsplay* যথেষ্ট সফল হ'ল আৰু এটা ডাঙৰ কোম্পানীয়ে সেইটো অধিগ্ৰহণ কৰে।
কৰোনা মহামাৰীৰ সময়ত তেওঁ *Jar* নামৰ তেওঁৰ তৃতীয় ষ্টাৰ্টআপ আৰম্ভ কৰে। কেৱল ১৮ মাহৰ ভিতৰত, *Jar*-এ ১.১ কোটিতকৈ অধিক ইউজাৰ আৰু ₹৪৭৬ কোটিৰ সমান *USD 58 million* বিনিয়োগ লাভ কৰে।
এই কোম্পানীটোৰ পিছত মূল্যায়ন হয় *USD 300 million*, অৰ্থাৎ প্ৰায় ₹২৪৬৩ কোটি। আজিৰ দিনত মিছবাহ আশ্ৰাফৰ ব্যক্তিগত সম্পত্তিৰ মূল্য প্ৰায় ₹১৬৪ কোটি (*USD 20 million*) বুলি অনুমান কৰা হৈছে।
এই যাত্ৰাই প্ৰমাণ কৰে — আত্মবিশ্বাস, ধৈৰ্য আৰু দৃষ্টিভংগীৰে জীৱন সলনি কৰিব পাৰি।